চত
cata
অৰ্থ
1.
কোনো বস্ত্তৰ ওপৰত উঠ; আৰোহণ কৰ্
to mount
অক. ধা.
2.
উঠ্; বাঢ়্; বেছি হ; যেনে -"হাসিৰ খলখলি অধিকে চডে" (বৰগীত)
to increase
অক. ধা.
3.
তলতীয়া অবস্হা; লোকৰ অধীন হৈ থকা অবস্হা
subordinate
বি.
4.
অধীন; তলতীয়া
subordinate; dependant
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ