চতিহা
catihā
অৰ্থ
1.
ক-ফলাৰ 'ক' ৰ পৰা 'ক্ষ' লৈকে চৌত্ৰিশটা আখৰৰ প্ৰত্যেক আখৰক আগত ৰাখি কৰা পদ্য ৰচনা; যেনে-"কই বোলে কৰু ব্ৰহ্ম হৱদয় প্ৰবেশ। খই বোলে খণ্ডায়োক ভক্তি-উপদেশ। গই বোলে গতি কৰি সন্ত সঙ্গে যায়।"
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ