চণ্ডী
caṇḍī
অৰ্থ
1.
দুৰ্গাৰ এটা নাম; মহিষাসুৰক মাৰিবলৈ ধৰা দুৰ্গাৰ স্বৰূপ
Durgā, especially in the form assumed for the destruction of the demon, Mahiṣa
বি.
2.
চণ্ডী-আখ্যান; মাৰ্কণ্ডেয়-পুৰাণৰ যি ভাগত দেবী-মাহাত্ম্য বা মহিষাসূৰ-বধৰ কথা আছে সেই ভাগৰ নাম
a portion of the Mārkaṇḍeya-purāṇa containing an account of Durgā
বি.
3.
খঙাল তিৰোতা
a furious woman
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ