কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘাৱgha.woMaterial Noun
কটাৰ কাৰণে হোৱা ক্ষতি
harm or damage that is done by a cut
- ঘিghiMaterial Noun
মাখনৰদৰে এবিধ দুগ্ধজাত সামগ্ৰী| ভাৰতকে ধৰি দক্ষিণ এছিয়াৰ কেইবাখনো দেশত ৰন্ধন সামগ্ৰী ৰূপে ব্যৱহাৰ হয়| ভাৰতত হিন্দুধৰ্মীলোকে পূজা-পাতলতো ব্যৱহাৰ কৰে|
a milk product, a clarified butter without any solid milk particles or water. Used for cooking in India and some other South Asian countries.
- ঘিঁউghi~uAbstract Noun
কোনো কথা শিকা, বুজি পোৱা আদিৰ মানসিক ক্ষমতা| যুক্তিগতভাবে বিচাৰ-বিবেচনা কৰিব পৰা, উচ্চপৰ্য্যায়ৰ কথা ভাবিব আৰু বুজি পাৱ পৰা সক্ষমতা, সৃষ্টি তথা আৱিষ্কাৰ কৰিবপৰা মানসিক শক্তি|
the mental ability or capacity to think in a rational, systematic way and understand things at a higher level, the power to create and invent
- ঘিঁউ কচুghi~u ko``.suCommon Noun
কচু শাকৰ এক প্ৰজাতি৷
An aroid distributed throughout India. This strange plant has very narrow 3 ft flower heads emerging before leaves in spring, then unfurl into only kind of narrow, with intricate maroon and cream patterning.
- ঘিঁউভাতMaterial Noun
ঘিঁউৰে ভজা বা ঘিঁউ মিহলোৱা ভাত
rice mixed or fried with ghee
- ঘিউghiuNoun
পগোবা মাখন; মাখন পগালে হোবা এবিধ খোবা বস্ত্ত
clarified butter
- ঘিউ-বৰুবাghiu-barubāNoun
আহোম ৰজাৰ দিনৰ ঘিউ আদি বস্ত্ত ৰজা-ঘৰত যোগানৰ দিহা কৰা এজন বিষয়াৰ নাম।
- ঘিট-ঘিটনিghit.ghi.to.niAbstract Noun
অতিমাত্ৰা শক্তি প্ৰয়োগ কৰি আমনি কৰা৷
act of extreme forceful troubling.
- ঘিটমিটীয়াghit.mi.ti.yaProper Adj.
সাধাৰণতকৈ সৰু আকাৰৰ মানুহ, উদ্ভিদ অথবা জন্তু।
A person or plant or animal below natural size.
- ঘিটিংghiṭimNoun
দূৰত মেঘে গাজিলে হোবা বা সেই নিচিনা আন ডাঙৰ গহীন শব্দ; যেনে-"বৰ গথ কাটিলে, ঘিটিঙে কৰিলে"
an imitative word used to express sound like that of distant thunder
- ঘিটিৰ-মিটিৰghi.tir-mi.tirProper Adj.
সাধাৰণতকৈ সৰু আকাৰৰ মানুহ, উদ্ভিদ অথবা জন্তু।
A person or plant or animal below natural size.
- ঘিটিৰাghiṭirāAdjective
কঁটীয়া; চুটি-চাপৰ; বাঢ়িব নোবৰা
stunted in growth; dwarfed
- ঘিটিৰা লাগ্
কঁটীয়া লাগ্; চুটি-চাপৰ হৈ থাক্
to be stunted in growth
- ঘিট্ঘিটনিghiṭghiṭaniNoun
বহুত গোটা বস্ত্তবে পৰস্পৰে খুন্দা খোবাবপৰা হোবা শব্দ
an imitative word used to express the sound of many solid things striking each other
- ঘিট্ঘিটাIntransitive verb
বহুত বস্ত্ত পৰস্পৰে ঠেকা খোবাৰ দৰে শব্দ কৰ্; . A
to produce a sound like that of many things striking each other
- ঘিট্মিট্ কৰেghiṭmiṭ, kareAdverb
বৰ বেছিকৈ (আন্ধাৰ)।
- ঘিট্ঘিটনিghit.ghi.to.niVerbal Noun
সঘনাই আবিৰ্ভাৱ হোৱা, যেনেঃ চোৰৰ ঘিটঘিটনি।
frequent occurrence or prevalence of something undesirable.
- ঘিণghiṇaNoun
ঘৱণা; বিক্চিনা; অতিশয়ৰূপে ভাল নোপোবা
hate; extreme dislike
- ঘিণ কৰ্
ঘিণা।
- ঘিণ লগাAdjective
জঘন্য
hateful; loathsome