ঘিট্ঘিটা
অৰ্থ
1.
বহুত বস্ত্ত পৰস্পৰে ঠেকা খোবাৰ দৰে শব্দ কৰ্; . A
to produce a sound like that of many things striking each other
অক. ধা.
2.
বহুত লোক বা জন্ত্ত গোট খাই লৰি চৰি ফুৰোঁতে উঠাৰ নিচিনা শব্দ কৰ্; যেনে-"আলিবাটত বিয়াৰ মানুহে ঘিট্ঘিটাব লাগিছে।"
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ