← ফুৰি যাওক

ঘিণ

ghiṇa

অৰ্থ

1.

ঘৱণা; বিক্চিনা; অতিশয়ৰূপে ভাল নোপোবা

hate; extreme dislike

বি.

2.

ছুলে, দেখিলে বা শুনিলে নিজে অশুচি বা অতিশয় অসুখী যেন লগা বোধ

a sense of loathing or aversion

বি.

3.

অতিশয় নীহ বা অধম যেন লগা বোধ

a sense of degradation

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঘিণ · অসমীয়া অভিধান