ঘিউ
ghiu
অৰ্থ
1.
পগোবা মাখন; মাখন পগালে হোবা এবিধ খোবা বস্ত্ত
clarified butter
বি.
2.
মূৰৰ খোলাৰ ভিতৰত থকা ঘিউৰ নিচিনা বগা বস্ত্ত
the brain
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ