ঘিট্ঘিটনি
ghiṭghiṭani
অৰ্থ
1.
বহুত গোটা বস্ত্তবে পৰস্পৰে খুন্দা খোবাবপৰা হোবা শব্দ
an imitative word used to express the sound of many solid things striking each other
বি.
2.
বহুত লোক বা জন্ত্তৰ সমাবেশ; বহুত লোক বা জন্ত্ত লৰি-চৰি ফুৰাৰপৰা হোবা শব্দ
an assemblage of many persons or animals; a sound arising from such an assemblage
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ