কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ছ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ছট্ফটchaṭphaṭaNoun
ছাটি-ফুটি; ধৰ-ফৰ; গাৰ বা মনৰ দুখত হাত-ভৰি আছৰা, লুটিয়া-লুটি
writhing in agony of body or mind
- ছট্ফটনিNoun
ছটফট্ কৰা কাৰ্য্য; ধৰ্ফৰণি; লুটিয়ালুটি বা ছাটি-ফুটি কৰা কাৰ্য্য; ; অক. ধা. ছট্ফটা
act of struggling and writhing ; To be restless
- ছট্ফটীয়াAdjective
ডেও পৰা; স্হিৰ হৈ নথকা
unsteady; restless
- ছট্বটনিchaṭbaṭaniNoun
একে ঠাইতে থিৰ হৈ নথকা অবস্হা; অস্হিৰতা; ডেওপাৰণি; লৰ্চৰণি
unsteadiness; fidgetiness; restlessness
- ছট্বটাIntransitive verb
অস্হিৰ হৈ থাক্ বা ফুৰ্; ডেও পাৰি থাক্; চঞ্চল হ; লৰচৰ কৰি থাক্
to be restless; to fidget
- ছট্বটীয়াAdjective
লৰি-চৰি থকা; অস্হিৰ; চঞ্চল গতিৰ; ডেও পৰা
restless; fidgety
- ছটৰ্ বটৰ্chaṭar, baṭarAdjective
চঞ্চল; এবাৰ সঁচা, এবাৰ মিছা কোবা; লৰক্-ফৰক্ (কথা)
inconsistent or unreliable in speech or conduct
- ছডিয়ামso.di.amMaterial Noun
এটা ৰাসায়নিক মৌল, যাৰ পাৰমাণৱিক সংখ্যা ১১ ৷
A chemical element with atomic number of 11.
- ছতাso.taMaterial Noun
ৰ’দ, বৰষুণ আদিৰ পৰা বাচিবলৈ ব্যৱহাৰ কাপোৰ, প্লাচটিক আদিৰে তৈয়াৰী এক আহিলা৷
a light, small, portable, usually circular cover for protection from rain or sun, consisting of a fabric held on a collapsible frame of thin ribs radiating from the top of a carrying stick or handle
- ছতীয়াchatīẏāNoun
আহোম ৰজাৰ দিনৰ এটা কাঁড়ী খেলৰ নাম
the name of a class of men during the Ahom Raja's time
- ছত্ৰchatraNoun
ৰ'দ-বৰষুণৰপৰা গা ঢকা বস্ত্ত; জাপি; ছাতি
an umbrella
- ছত্ৰপতিchatrapatiNoun
সম্ৰাট; ৰজা।
- ছত্ৰভংগ দেso.tro.bhong.go deVerb-Trans.
(কোনো ঠাই, বিপদ আদিৰ পৰা) সন্তৰ্পণে আঁতৰি যোৱা
to run away from (a place, danger, etc)
- ছত্ৰভঙ্গchatrabhaṅgaNoun
ৰজাৰ ৰাজ্য-নাশ; ৰাজ-ভগন
the loss of a kingdom; the deposition of a king
- ছত্ৰাকাৰsot.ra.karProper Adj.
ছাতিৰ দৰে ঘূৰণীয়া আকৃতিৰ ৷
Shaped in the form of an umbrella.
- ছদঁতীয়াchadam̐tīẏāAdjective
ছটা পিয়াহ খোবা দাঁত সৰি নকৈ দাঁত গজা; বইচৰ; হাল বোবা বয়সৰ (গৰু)
full-grown; of mature age
- ছদকাchadakāNoun
গালি; শাও; নিন্দা; গৰিহণা
curse; censure
- ছদকা খোবা শাও খোবাAdjective
নেওচা খোবা; অধম; দুষ্ট
cursed; wicked
- ছদকা-খোৱাso.do.ka-kho`.waVerbal Adj.
যাৰ প্ৰতি প্ৰতিকূল বা বিৰোধী সিদ্ধান্ত অথবা মন্তব্য কৰা হৈছে
against whom an unfavourable or adverse judgement or remark has been expressed
- ছদ্মchadmaNoun
নিজক লুকাবলৈ লোবা আন আকৱতি বা বেশ
disguise