← ফুৰি যাওক

ছট্ফটনি

অৰ্থ

1.

ছটফট্ কৰা কাৰ্য্য; ধৰ্ফৰণি; লুটিয়ালুটি বা ছাটি-ফুটি কৰা কাৰ্য্য; ; অক. ধা. ছট্ফটা

act of struggling and writhing ; To be restless

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ছট্ফটনি · অসমীয়া অভিধান