← ফুৰি যাওক

ছত্ৰ

chatra

অৰ্থ

1.

ৰ'দ-বৰষুণৰপৰা গা ঢকা বস্ত্ত; জাপি; ছাতি

an umbrella

বি.

2.

ৰজাৰ ছাতি

a royal umbrella

বি.

3.

পদ্যৰ ফাকি

verse; a line of poetry

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ছত্ৰ · অসমীয়া অভিধান