← ফুৰি যাওক

ছট্ফটীয়া

অৰ্থ

1.

ডেও পৰা; স্হিৰ হৈ নথকা

unsteady; restless

বিণ.

2.

এলেহুবা নোহোবা; তজ্বজীয়া

sprightly; brisk

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ