ছট্বটীয়া
অৰ্থ
1.
লৰি-চৰি থকা; অস্হিৰ; চঞ্চল গতিৰ; ডেও পৰা
restless; fidgety
বিণ.
2.
লৰচৰ কথা কোবা; ঠিক বা সঁচা কথা নোকোবা; সঁচা-মিচা বাদ-বিচাৰ নকৰাকৈ কথা কোবা; ছটৰ-বটৰ
speaking without regard to truth
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ