কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চঁপা-পতীয়া মুগাcam̐pā-patīẏā, mugāNoun
পাণ-চঁপা গছৰ পাতত চোমপতীয়া মুগা [ইয়াৰ সূতা প্ৰায় পাটৰ সূতাৰ নিচিনা বগা আৰু বৰ টান আৰু চক্চকীয়া।]
muga silk worm reared on the leaves of pān chapā tree; Antheræa magnolia
- চঁপা-ফুলcam̐pā-phulaNoun
অলপ বহল দীঘল আৰু গাত নোম থকা পাতেৰে এবিধ মজলীয়া আকাৰৰ গছ [ই ফুল-চঁপাৰ ফুলৰ আকৱতিৰ অলপ হালধীয়া উগ্ৰগন্ধী ফুল মেলে।]
a kind of yellow fragrant flower; Michelia champaka, var
- চঁহাcam̐hāNoun
কোনো বস্ত্তৰ গাৰ ওপৰৰপৰা এৰাই পৰা চলি বা পাতল খণ্ড
a thin piece flaking off
- চঁহা মেল্
গাৰপৰা এচলা এৰাই পৰিবলৈ ফাট মেল্।
- চঁহা যা
চকা যা; গাৰপৰা পাতল এক খণ্ড এৰাই পৰ
to flake off
- চঁড়cam̐ṛaAdjective
অলপ বলিয়া; অলপ বুদ্ধি ভ্ৰম হোবা; চেৰা-বলিয়া
slightly crazy
- চঁড়ালcam̐ṛālaNoun
হিন্দুৰ এটা জাতি
a caste of Hindus
- চঁৰcam̐raAdjective
অলপ বলিয়া; অলপ বুদ্ধি ভ্ৰম হোবা; চেৰা-বলিয়া
slightly crazy
- চঁৰ-বলিয়াcam̐ra-baliẏāAdjective
অলপ বলিয়া; অলপ বুদ্ধি ভ্ৰম হোবা; চেৰা-বলিয়া
slightly crazy
- চঁৰালcam̐rālaNoun
হিন্দুৰ এটা জাতি
a caste of Hindus
- চংcamNoun
মূৰৰ চুলিৰ লগত বান্ধি খোপা ডাঙৰ দেখুবাবলৈ বান্ধি লোবা ছিগা চুলি বা সেই নিচিনা বস্ত্তৰ মুঠি; চুলি-চং
false hair
- চং দেsong deVerb-Trans.
আনৰ ভাৱ-ভঙ্গী অনুকৰণ কৰি দেখুওৱা
To imitate, often in a mocking fashion
- চংদাৰ
চং-দিওঁতা
one who acts a farce
- চকcakaNoun
গোটা গাৰুৰ দুই মূৰে লগোবা ঘূৰণীয়া আৰু ফুল বচা তল; গাৰু-চক
the embroidered end of round pillow
- চক-ঢৰাcaka-ḍharāNoun
দাঁতিত বাওৰে বন্ধা ঘূৰণীয়া বহা ঢাৰি; মেৰ-ঢৰা
a round sitting mat
- চক-পেঞ্চিলsok-pen.silMaterial Noun
ব্লেকব’ৰ্ডত লিখিবলৈ ব্যৱহাৰ কৰা বগা মাটিৰ পদাৰ্থ
a soft, white, powdery limestone consisting chiefly of fossil shells of foraminifers which is often used for marking, as a blackboard crayon
- চক-বজাৰcaka-bajāraNoun
বহুত বেপাৰীয়ে গোট খাই নানান ৰকমৰ বস্ত্ত বেচা ঠাই
a market
- চক-মাটিcaka-māṭiNoun
লিখাত বা ৰং দিয়াত ব্যবহাৰ হোবা এবিধ বগা মাটি; ধল; ধল-মাটি।
chalk
- চকচকীয়াsok.so.ki.yaProper Adj.
বহু পৰিমাণৰ প্ৰাকৃতিক অথবা কৃত্ৰিম পোহৰ যুক্ত৷
Having lots of light either natural or artificial.
- চকমকsok.mokAbstract Noun
উজ্জ্বল পোহৰ হঠাতে জিলিকি উঠা।
The emition or reflection of strong light sparingly.