চং
cam
অৰ্থ
1.
মূৰৰ চুলিৰ লগত বান্ধি খোপা ডাঙৰ দেখুবাবলৈ বান্ধি লোবা ছিগা চুলি বা সেই নিচিনা বস্ত্তৰ মুঠি; চুলি-চং
false hair
বি.
2.
ভাবনা, যাত্ৰাৰ মাজে মাজে দৰ্শকৰ কৌতুক বঢ়াবৰ নিমিত্তে দিয়া ফুচুৰি-ভাও; প্ৰহসন
a farce; a ridiculous or empty show; an antic
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ