← ফুৰি যাওকচক-মাটিcaka-māṭiঅৰ্থ1.লিখাত বা ৰং দিয়াত ব্যবহাৰ হোবা এবিধ বগা মাটি; ধল; ধল-মাটি।chalkবি.সমাৰ্থক শব্দচক · cakaউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ