← ফুৰি যাওক

চঁপা-পতীয়া মুগা

cam̐pā-patīẏā, mugā

অৰ্থ

1.

পাণ-চঁপা গছৰ পাতত চোমপতীয়া মুগা [ইয়াৰ সূতা প্ৰায় পাটৰ সূতাৰ নিচিনা বগা আৰু বৰ টান আৰু চক্চকীয়া।]

muga silk worm reared on the leaves of pān chapā tree; Antheræa magnolia

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চঁপা-পতীয়া মুগা · অসমীয়া অভিধান