চক
caka
অৰ্থ
1.
গোটা গাৰুৰ দুই মূৰে লগোবা ঘূৰণীয়া আৰু ফুল বচা তল; গাৰু-চক
the embroidered end of round pillow
বি.
2.
এবিধ সাঁফৰ থকা ঘূৰণীয়া পাচি
a basket with a lid
বি.
3.
টকা বা মোনৰ চাৰি ভাগৰ এভাগ বুজোবা চিন; চাৰি অনা বা দহ সেৰ বুজোবা অঙ্ক
the figure denoting one-fourth of a number or quantity such as a rupee, kilogram, etc.
বি.
4.
খেল খেদা চালৰ ঘৰ বা চাৰিচুকীয়া শুন্য ঠাই; যেনে-"পাশা খেলিবাৰ চৰ্ম্ম সাজিবো কুশল। চকত লগাইৰো তাত সুবৰ্ণৰ জাল" (বিৰাট-পৰ্ব্ব)
a square of a game-board
বি.
5.
পদুলি; যেনে-"অমুকৰ চকত"
বি.
6.
চাৰিওফালে ঘৰ থকা চাৰিচুকীয়া ঠাই; য়েনে-"সিহঁতৰ ঘৰৰ কেইবাটাও চক আছে"
a square space surrounded by houses
বি.
7.
8.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ