কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঠ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঠুহা পাৎ
মাছ লাগিবলৈ ঠুহা চল ঠাইত যুগুত কৰি খ।
- ঠুহা-মৰাAdjective
ঠুহাৰ নিচিনা ঠেক; চেপা মৰা
narrow (as a thing into which another thing is inserted)
- ঠুৰিṭhuriNoun
প্ৰবসুবা মানুহে লোণ ৰখা চুঙা
an improvised salt-pot made of a bamboo joint
- ঠেঁটুṭhem̐ṭuNoun
ভৰি বা হাতৰ গাঁঠি বা জোৰা
the joint of the hand or foot
- ঠেঁটু-ভগাAdjective
হাত বা ভৰিৰ গাঁঠিত কেয়োফালে ভিৰ লোবা বা বেঁকা কৰিব পৰা
of slack or weak joint; capable of being bent at the joint in all directions, as a limb
- ঠেঁটুবৈṭhem̐ṭubaiNoun
জাৰত হাত-ভৰি অবশ বা ঠেৰেঙা হোবা অবস্হা
numbness of hand or foot from cold
- ঠেঁটুৱৈ-ধৰাthe~.tu.woi-dho.raVerbal Adj.
অতি ঠাণ্ডা, সাধাৰণতে কঁপনি উঠা
a sensation of cold, usually with shivering
- ঠেঁহthe~hAbstract Noun
the act of showing irritation or ill humor by a gloomy silence or reserve
- ঠেঁহ পাত্the~h patVerb-Intran.
মুখখন ফুলাই ৰাখি অসন্তুষ্টি প্ৰকাশ কৰ্
to express displeasure by thrusting out the lips, or by a gloomy silence or reserve
- ঠেঁহালthe~.halProper Adj.
অলপ কথাতে ঠেঁহ লগা (ব্যক্তি)।
Someone with a habitually sullen or gloomy expression.
- ঠেঁহ্-পেঁচ্Abstract Noun
the act of showing irritation or ill humor by a gloomy silence or reserve
- ঠেংṭhemNoun
আঁঠু আৰু ভৰিৰ মাজৰ ভাগ; আঁঠুৰ নাম ভাগ
the leg
- ঠেং দাঙি থাক্ṭhem, dāṅi, thāk
যাওঁ যাওঁকৈ ইচ্ছুক বা প্ৰস্ত্তত হৈ থাক্
to be ready to go or start
- ঠেং-নামনিṭhem-nāmaniNoun
ভৰি-পথান; ঠেং বা ভৰিৰ নামনি ফাল (ঢানি-পাটীৰ)
the foot of a bed
- ঠেংপাচাṭhempācāNoun
ভৰি-পথান; ঠেং বা ভৰিৰ নামনি ফাল (ঢানি-পাটীৰ)
the foot of a bed
- ঠেউকাṭheukāNoun
সৰু টোকন
a stick
- ঠেওṭheoNoun
ছেও ধৰি মতা মাত; মাতৰ ভঙ্গি; লাহে লাহে দীঘলকৈ মতা মাত
a drawl
- ঠেও-থমকṭheo-thamakaNoun
ছেও ধৰি মতা মাত; মাতৰ ভঙ্গি; লাহে লাহে দীঘলকৈ মতা মাত
a drawl
- ঠেওকালিṭheokāliNoun
ঠেঁহ; আহুকাল।
- ঠেকṭhekaAdjective
সঙ্কীৰ্ণ; চেপ; বহলে বা পুতলে কম
narrow; contracted