ঠেঁহাল
the~.hal
অৰ্থ
1.
অলপ কথাতে ঠেঁহ লগা (ব্যক্তি)।
Someone with a habitually sullen or gloomy expression.
প্ৰকৃত বিশেষণ
2.
মুখ ওন্দোলাই ঠেঁহ পাতি থকা
showing irritation or ill humor by a gloomy silence or reserve
প্ৰকৃত বিশেষণ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ