← ফুৰি যাওক

ঠেও-থমক

ṭheo-thamaka

অৰ্থ

1.

ছেও ধৰি মতা মাত; মাতৰ ভঙ্গি; লাহে লাহে দীঘলকৈ মতা মাত

a drawl

বি.

সমাৰ্থক শব্দ

2.

ছেও ৰাখি কৰা গতি।

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঠেও-থমক · অসমীয়া অভিধান