← ফুৰি যাওকঠেওṭheoঅৰ্থ1.ছেও ধৰি মতা মাত; মাতৰ ভঙ্গি; লাহে লাহে দীঘলকৈ মতা মাতa drawlবি.সমাৰ্থক শব্দঠেও-থমক · ṭheo-thamaka2.ছেও ৰাখি কৰা গতি।বি.সমাৰ্থক শব্দঠেও-থমক · ṭheo-thamakaউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ