← ফুৰি যাওক

ঠেঁটু-ভগা

অৰ্থ

1.

হাত বা ভৰিৰ গাঁঠিত কেয়োফালে ভিৰ লোবা বা বেঁকা কৰিব পৰা

of slack or weak joint; capable of being bent at the joint in all directions, as a limb

বিণ.

2.

সেই নিচিনা হাত-ভৰি থকা

having limbs of slack or weak joint

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঠেঁটু-ভগা · অসমীয়া অভিধান