কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘাগৰghāgara
ঘৰ্ঘৰা] বি. তিৰোতা বা ল'ৰাক পিন্ধোবা জুনুকাৰ মালা
a girdle of small bells
- ঘাগৰাProper Noun
বৰাক নৈৰ উত্তৰ পাৰৰ এখন উপনৈ৷
A tributary of Barak river in nothern bank.
- ঘাগৰিghāgariNoun
ঘূৰি; কঁকালত জৰীৰে কোঁচ খুবাই পিন্ধা মেখেলাৰ সদৱশ সাজ
a frock worn by singers at theatrical performance
- ঘাগৰি-গঁতীয়াgha.go.ri-go~.tiyaProper Adj.
এফালে কান্ধৰ ওপৰৰপৰা আনফালে গাৰ দাঁতি বা কাষলতিৰ তলেদি ওলমাই।
extending from the shoulder on one side to the side of the body on the other.
- ঘাগৰি-গঁতীয়াকৈAdverb
এফালে কান্ধৰ ওপৰৰপৰা আনফালে গাৰ দাঁতি বা কাষলতিৰ তলেদি ওলমাই
extending from the shoulder on one side to the side of the body on the other
- ঘাগৰি-গাঁতিghāgari-gām̐tiNoun
এফালে গাৰ কান্ধৰ ওপৰৈদি নি সিফালে কাৰলতি বা বাহুৰ তলেদি ওলোমাই মৰা কাপোৰ আদিৰ বান্ধ
cloth, etc., suspended from the top of the shoulder on one side to the side fot the body on the other
- ঘাগৰীgha.go.riMaterial Noun
চুটি ডিঙি আৰু দীঘলীয়া গাৰে এবিধ তাম বা পিতলৰ কলহ
a kind of water-jar with short neck and long body, made of copper or brass
- ঘাঘৰghāgharaNoun
ঘাগৰ।
- ঘাচিghāciNoun
জেউৰ।
- ঘাঞ্চghāñcaNoun
দ্ৰোহ; অপৰাধ; যেনে-"দেখা দেখা কৱষ্ণ কেনমত অহঙ্কাৰী। আমাতো লগাইলে ঘাঞ্চ পাইলে বৰ লাই" (ৰুক্মিণী-হৰণ)।
- ঘাটghāṭaNoun
গা ধোবা, পানী অনা, নাবত উঠা-নমা আদি কাম কৰিবলৈ নৈ বা পুখুৰীৰ পাৰত চল লগাই বা জখলা-খুপীয়াকৈ লোবা ঠাই
a bathing or landing place on the bank of a river or tank
- ঘাট মাউৰাghat mau.raCommon Noun
মাক-বাপেক নোহোৱা শিশু |
Child whose parents are dead
- ঘাট-মাউৰাghāṭa-māurāAdjective
নিচেই সৰুতে মাক-বাপেক মৰি আশ্ৰয়হীন হোবা
deprived of parents while still a child
- ঘাটনghāṭanaNoun
ঘাটি; জগৰ; ত্ৰুটি; গুণৰ অভাব; যেনে-"এহি পদে ৰামৰ ঘাটন ভৈল আতি" (মা. ক., সুন্দৰাকাণ্ড)
drawback; shortcoming
- ঘাটা মাৰ্gha.ta marVerb-Intran.
বিপদৰ পৰা এৰা পৰ্ অথবা ক্ষতি নোহোৱাকৈ থাক্
to succeed in avoiding (any threatened or possible danger or evil)
- ঘাটিghāṭiNoun
চকি; পহৰাৰ ঠাই
outpost
- ঘাটি খাghāṭi, khā
দায় বা জগৰত পৰ্; বিপদত পৰ্
to get into difficulty or trouble
- ঘাটি মাৰ্gha.ti marVerb-Intran.
বিপদৰ পৰা এৰা পৰ্ অথবা ক্ষতি নোহোৱাকৈ থাক্
to succeed in avoiding (any threatened or possible danger or evil)
- ঘাটি মাৰ্, ঘাটা মাৰ্ghāṭi, mār, ghāṭā, mār
হাত সাৰি যা; ধৰা নপৰাকৈ যা; পলাই যা; যেনে-"হৰিগুণ গায়া যমেৰ ঘাটি মাৰি যাব" (বৰগীত)।
to escape; to dodge
- ঘাটি লগাghāṭi, lagā
শীতলা দেবী বা আন দেবতাৰ অপৰাধ কৰ্
to offend a god or goddess