← ফুৰি যাওক

ঘাটন

ghāṭana

অৰ্থ

1.

ঘাটি; জগৰ; ত্ৰুটি; গুণৰ অভাব; যেনে-"এহি পদে ৰামৰ ঘাটন ভৈল আতি" (মা. ক., সুন্দৰাকাণ্ড)

drawback; shortcoming

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঘাটন · অসমীয়া অভিধান