← ফুৰি যাওক

ঘাঞ্চ

ghāñca

অৰ্থ

1.

দ্ৰোহ; অপৰাধ; যেনে-"দেখা দেখা কৱষ্ণ কেনমত অহঙ্কাৰী। আমাতো লগাইলে ঘাঞ্চ পাইলে বৰ লাই" (ৰুক্মিণী-হৰণ)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঘাঞ্চ · অসমীয়া অভিধান