← ফুৰি যাওক

ঘাটি

ghāṭi

অৰ্থ

1.

চকি; পহৰাৰ ঠাই

outpost

বি.

2.

কম; টুটা; তাকৰ; ন্যূন; যেনে-"জোখত

বিণ.

সমাৰ্থক শব্দ

3.

সেৰ ঘাটি হ'ল"

deficient; less in measure or quantity

বিণ.

সমাৰ্থক শব্দ

4.

অপৰাধ; দায়; জগৰ

fault; offence

বি.

5.

মিছা; যেনে-"দদা বলোভদ্ৰে মাতন্ত ঘাটি" (কীৰ্ত্তন)

falsehood

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঘাটি · অসমীয়া অভিধান