ঘাট
ghāṭa
অৰ্থ
1.
গা ধোবা, পানী অনা, নাবত উঠা-নমা আদি কাম কৰিবলৈ নৈ বা পুখুৰীৰ পাৰত চল লগাই বা জখলা-খুপীয়াকৈ লোবা ঠাই
a bathing or landing place on the bank of a river or tank
বি.
2.
খোপ; কোনো বস্ত্তত ঠিলা বা শাল মাৰিবলৈ অলপ দকৈ কাটি দিয়া খোলনি
a key-way; a cavity cut into anything to receive a key, a wedge, etc.
বি.
3.
সমীপ; যেনে-"কালীয় মিলিল মহা মৰণৰ ঘাট" (দশম)।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ