কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চকুৰ মণিso.kur mo.niCommon Noun
কাৰোবাৰ অতি মৰমৰ বা কোনোবাই অতি ভাল পোৱা কোনো লোক বা বস্তু৷
someone or something very dear and is loved more than anyone.
- চকুৰ লোতকso.kur lo’.tokMaterial Noun
কান্দোতে চকুৰ পৰা ওলোৱা এবিধ লুণীয়া জুলীয়া পদাৰ্থ ৷
a saline watery substance secreted from the eyes
- চকুৰে মন্so.ku.re monVerb-Intran.
চকুৰে সংবেদন অনুভৱ কৰা
to come in visual contact
- চকুৰোগবিজ্ঞানNoun
নেত্ৰবিজ্ঞান
নেত্ৰবিজ্ঞান
- চকুৰোৱাso.ku.ro`.waProper Adj.
এনে এক গুণ যুক্ত, যাক দেখিলে, শুনিলে বা যাৰ বিষয়ে ভাবিলে মনত গভীৰ আনন্দ বা সন্তুষ্টি লাভ হয় ৷
having qualities that give great pleasure or satisfaction to see, hear, think about, etc
- চকুৱাso.ku.waProper Adj.
আখি বা গাঁঠি থকা
any particular object full of knots
- চকোবাcakobāNoun
চাকৈ-চকোবা।
- চকোবা-বৰাcakobā-barāNoun
এবিধ ধান [ইয়াৰ প্ৰায় কোমল চাউল খোবা যায়; ধানৰ বৰণ মুগা, গাত দীঘলীয়া আঁচ থাকে; চাউলৰ বৰণ অলপ ৰঙচুবা
a kind of paddy
- চকোৰcakoraNoun
এবিধ চৰাই।
- চকোৱাso.ko’.waMaterial Noun
see through picket fence with lightly distributed vertical bamboo sticks and horizontally intertwined bamboo strips
- চক্ খাsok khaVerb-Intran.
হঠাতে ভয় খাই গা জোঁকাৰ্ খা
to get frighetened suddenly
- চক্চকিcakcakiNoun
চিকিমিকি।
- চক্চকীয়াcakcakīẏāAdjective
উজ্জ্বল; জিলিকা; তিৰ্বিৰীয়া
glittering; glossy
- চক্ভৰcakbharaNoun
ধাতুৰ পাত্ৰ আদিত ঘূৰণীয়া সাঁচ কটা তীখাৰ যতন
a rude from of brace and bits for engraving on metals
- চক্মকcakmakaNoun
ওলায়েই বেগতে মাৰ যোবা দীপ্তি; অকস্মাৎ ওলাই আকৌ তত্ক্ষণাৎ নাইকিয়া হোবা পোহৰ
a flash of light
- চক্মকনিNoun
চক্মক্ কৰা কাৰ্য্য; অক. ধা. চক্মকা পোহৰ হৈয়েই বেগাই মাৰ যা; অকস্মাৎ পোহৰ হৈ তত্ক্ষণাৎ নাইকিয়া হ
to flash
- চক্মকীcakmakīNoun
যি চক্মক্ কৰে; বিজুলী
lightning
- চক্মকীয়াAdjective
ওলায়েই তত্ক্ষণাৎ মাৰ যোবা
flashing
- চক্মক্ কৰেAdverb
পোহৰ হৈয়েই বেগতে মাৰ গৈ
in quick flashes
- চক্মক্ কৰেcakmak, kareAdverb
চঁক খোবা মানুহৰ দৰে; অকস্মাৎ সাৰ পাই
awaking suddenly