← ফুৰি যাওক

চকোবা

cakobā

অৰ্থ

1.

চাকৈ-চকোবা।

বি.

2.

ৰাৰীৰ চাৰিওফালে দিয়া খাগৰি, বাঁহৰ কামী আদিৰ বেৰ; টাটী

a wall of split bamboo, reed, etc., erected as a screen

বি.

3.

চকীয়াল; পৰীয়া; যেনে-"ঘৰহি ঘৰহি সব ফিৰত চকোবা" (বৰগীত)

a guard; a sentry

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চকোবা · অসমীয়া অভিধান