← ফুৰি যাওক

চকুৰ মণি

so.kur mo.ni

অৰ্থ

1.

কাৰোবাৰ অতি মৰমৰ বা কোনোবাই অতি ভাল পোৱা কোনো লোক বা বস্তু৷

someone or something very dear and is loved more than anyone.

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

চকুৰ পৰ্দাৰ কেন্দ্ৰত থকা সঙ্কোচনশীল ছিদ্ৰ, যি দেখাত এটা ডাঙৰ ক’লা বিন্দুৰ দৰে

The contractile aperture in the centre of the iris of the eye; resembles a large black dot

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চকুৰ মণি · অসমীয়া অভিধান