← ফুৰি যাওক

চক্মকনি

অৰ্থ

1.

চক্মক্ কৰা কাৰ্য্য; অক. ধা. চক্মকা পোহৰ হৈয়েই বেগাই মাৰ যা; অকস্মাৎ পোহৰ হৈ তত্ক্ষণাৎ নাইকিয়া হ

to flash

বি.

2.

জিলিক্

to glitter

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চক্মকনি · অসমীয়া অভিধান