কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উভমুখী বিক্ৰিয়াAbstract Noun
উভমুখী বিক্ৰিয়া
উভমুখী বিক্ৰিয়া
- উভযভ্ৰংশubhayabhraṃśaNoun
দুয়োফালে নষ্ট হোবা; যেনে-"উভয়ভ্ৰংশত নষ্ট তৈল নিৰাশ্ৰয়" (মিশ্ৰ-গীতা)।
- উভলিubhaliNoun
নাঙলে চহোবা বা খনা মাটিৰ মূৰ; হাল বোবা মাটি বা সীৰলুৰ মূৰ
the place up to which the soil is ploughed or from which the plough-man turns back
- উভলি মূৰতAdverb
সকলো কাম হৈ যোবাৰ পাছত।
- উভলিংগu.bho.ling.goCommon Noun
পুৰুষ আৰু স্ত্ৰী উভয় লিঙ্গৰ যৌনাঙ্গ বা চৰিত্ৰ বিশিষ্ট মানুহ, জন্তু অথবা উদ্ভিদ
a human being, animal or plant having both male female sexual organs or characteristics
- উভল্ubhalIntransitive verb
শিপা আৰু গুৰি মাটিৰপৰা এৰাই বা দাং খাই কাতি হৈ পৰ্; উঘলি পৰ্
to be uprooted
- উভাubhaVerb-Trans.
তাপ প্ৰয়োগ কৰি জুলীয়া বস্তু এটা ভাপ বা বাষ্পলৈ ৰূপান্তৰিত কৰ্
to cause a liquid to change to a gas, especially by heating
- উভালubhālaTransitive verb
শিপা আৰু মূল সমন্বিতে তুলি পেলা; উঘাল্
to uproot
- উভাল্u.bhalVerb-Trans.
গজা বা বিকশিত হোৱা ঠাইৰ পৰা জোৰ কৰি উঠাই পেলোৱা।
to pull off or out from the place of growth.
- উভাৰ্ubhārTransitive verb
তোল্; উভাল্; উঘাল্; যেনে-"একে হাতে উভাৰি ধৰিলা গোবৰ্দ্ধন" (দশম)
- উভীয়াubhīẏāAdjective
মিহি নোহোবা; উভঁহা থকা; ঠৰঙা; ঢৰীয়া (সূতা)
not fine; coarse
- উভুবাubhubāTransitive verb
উৰা
to cause to fly; to blow away
- উভুৱাu.bhu.waVerb-Trans.
বতাহত বা মুকলিলৈ এৰি দে
to cause to fly freely in the open air
- উভৈনদীubhainadīAdjective
অপ্লাবিত; অশেষ; ৰৈ-বৈ ঘোবা; বিস্তৰ
inexhaustible; abundant
- উভ্ubhIntransitive verb
ভাপ হৈ উৰি যা
to evaporate
- উভয়ubhaẏaAdjective
দুই; দুয়ো; ই আৰু সি
both
- উভয় লিংগAbstract Noun
পুৰুষ আৰু নাৰী উভয় ৰূপৰ বাবে ব্যৱহাৰ কৰা ব্যাকৰণিক লিংগ৷
The gender used for both the male and female forms of a noun.
- উভয়-সঙ্কটubhaẏa-saṅkaṭaNoun
আগ পাছ দুই ফালে
danger on both sides
- উভয়পক্ষীয়Proper Adj.
দুটা দল বা পক্ষৰ মাজত অথবা দুটা দল বা পক্ষক প্ৰভাৱিত কৰা
Affecting or between two parties or sides
- উভয়ফোলubhaẏapholaAdjective
ইফাল-সিফাল ভেদি যোবা; যেনে -"নিচেষ্টে আছন্ত পৰি উভফোল কৰি আতি শালি আছে ৰাঘবৰ বাণে" (ৰামায়ণ)
piercing through