← ফুৰি যাওক

উভল্

ubhal

অৰ্থ

1.

শিপা আৰু গুৰি মাটিৰপৰা এৰাই বা দাং খাই কাতি হৈ পৰ্; উঘলি পৰ্

to be uprooted

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উভল্ · অসমীয়া অভিধান