উভীয়া
ubhīẏā
অৰ্থ
1.
মিহি নোহোবা; উভঁহা থকা; ঠৰঙা; ঢৰীয়া (সূতা)
not fine; coarse
বিণ.
2.
অসঙ্গত; অযুগুত (কথা)
unreasonable
বিণ.
3.
অবুজন; আমঠ; যুক্তি নুশুনা; হুটা
rude; rough
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
ubhīẏā
মিহি নোহোবা; উভঁহা থকা; ঠৰঙা; ঢৰীয়া (সূতা)
not fine; coarse
বিণ.
অসঙ্গত; অযুগুত (কথা)
unreasonable
বিণ.
অবুজন; আমঠ; যুক্তি নুশুনা; হুটা
rude; rough
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ