← ফুৰি যাওক

উভাৰ্

ubhār

অৰ্থ

1.

তোল্; উভাল্; উঘাল্; যেনে-"একে হাতে উভাৰি ধৰিলা গোবৰ্দ্ধন" (দশম)

সক. ধা.

2.

পেটৰপৰা ওলা বা বাহিৰ হ; প্ৰকাশ হ; বি. উভৰা।

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ