উভ্
ubh
অৰ্থ
1.
ভাপ হৈ উৰি যা
to evaporate
অক. ধা.
2.
ঘৰ ছাবৰ উদ্দেশে খুঁটা, চ'তি, চাল থিয় কৰ্; ঘৰ সাজিবলৈ আৰম্ভ কৰ্
to erect the framework of a house preparatory to thatching
সক. ধা.
3.
কোনো কাৰ্য্য কৰিবলৈ মনত আলচ্
to contemplate to do something
সক. ধা.
4.
(পু. অ.) ওপৰলৈ তোল্; যেনে-"উভিলেক লেজ ওপৰক তুলি কৰ্ণ" (দশম)
to raise upwards
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ