কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভঙনীয়া পইছাbho.ngo.ni.ya poi.saMaterial Noun
মুদ্ৰণ কৰা এডোখৰ সৰু চেপেটা ধাতু যাৰ বিনিময়ত বস্তু কিনা-বেছা কৰিব পাৰি৷
Stamped disc of metal which is used as official money
- ভঙাbhaṅāTransitive verb
আনক ভাঙিবলৈ দি; আনৰ হতুবাই ভগ্ন কৰা
to cause to be broken
- ভঙাNoun
ভঙা কাৰ্য্য।
- ভঙাগড়bho.nga.gorProper Noun
গুৱাহাটী মহানগৰৰ উল্লখযোগ্য স্থান৷
An important place in Guwahati city
- ভঙিতাAbstract Noun
কোনো কথা বুজাবৰ নিমিত্তে অংগ লৰোৱাৰ ভাও, হাতৰ, মুখৰ বা চকুৰ ঠাৰ ।
a movement of part of body to express an idea or meaning.
- ভঙুবাbhaṅubāNoun
ভাঙুৰী (পুং. স্ত্ৰী.); ভাং খোবা লোক
one addicted to the use of bhāng or g ānjā
- ভঙুৱাbho.ngu.waVerbal Adj.
অত্যধিক ভাং খোৱা বা তাৰ প্ৰতি আসক্ত লোক ৷
One addicted to the use of marijuana.
- ভঙ্গbhaṅgaNoun
পৰাজয়
defeat
- ভঙ্গিbhaṅgiNoun
শুই, বহি বা থিয় হৈ থাকোঁতে লগা অঙ্গৰ ভাঁজ
an attitude; a posture
- ভঙ্গিতাbhaṅgitāNoun
"ভঙ্গি", "ভঙ্গী" চোবাঁ।
- ভঙ্গিমাbhaṅgimāNoun
"ভঙ্গি", "ভঙ্গী" চোবাঁ।
- ভঙ্গীbhaṅgīNoun
শুই, বহি বা থিয় হৈ থাকোঁতে লগা অঙ্গৰ ভাঁজ
an attitude; a posture
- ভঙ্গুবাbhaṅgubāNoun
(ৰণত) ভঙ্গ দিয়া মানুহ; যেনে-"হেনে ৰণ- ভঙ্গুবাক ৰাখা নাহা কিক" (ৰুক্মিণীহৰণ)।
- ভঙ্গুৰbhaṅguraAdjective
সহজতে ভগা; ঠুনুকা
brittle
- ভঙ্গুৰতাbhong.gu.ro.taAbstract Noun
কঠিন কিন্তু সহজে ভাঙি যোৱা; যেনেঃ কাচ|
Firm but easily broken.
- ভচহুbhacahuNoun
ফচহু; অপদাৰ্থ বা নগণ্য মানুহ
a man of no worth; a contemptible fellow
- ভচাbhacāNoun
বিষ্ঠাৰ লদা
a solid mass of human excrement
- ভচাভচ্Proper Adj.
কম সময়তে বা মুহূৰ্ত্ততে কৰা; অতি বেগাই কৰা, চলা।
sth done or carried out in short time or immediately; acting, moving in high speed.
- ভচিbhaciNoun
"ফাও" চোবাঁ।
- ভচুক-তহুকbhacuka-tahukaNoun
মিছামিছি বা সাৰ নথকা লগা
nonsense; trash