ভঙ্গী
bhaṅgī
অৰ্থ
1.
2.
3.
কথা লিখা বা কোবাৰ ভাঁজ লগোবা প্ৰণালী; অলঙ্কাৰ-যুক্ত বা সঙ্কেতযুক্ত কথাৰে কোবা প্ৰণালী
a round about or figurative mode of expressing a thing in writing or speech
বি.
সমাৰ্থক শব্দ
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ