ভচহু
bhacahu
অৰ্থ
1.
ফচহু; অপদাৰ্থ বা নগণ্য মানুহ
a man of no worth; a contemptible fellow
বি.
2.
তেঁতেলীৰ পাতৰ নিচিনা পাতেৰে এবিধ মজলীয়া আকাৰৰ গছ [ইয়াৰ পাত ঔষধত লাগে; ইয়াৰ সংস্কৱত নাম "আবৰ্ত্তকী"।]।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ