ভঙা
bhaṅā
অৰ্থ
1.
আনক ভাঙিবলৈ দি; আনৰ হতুবাই ভগ্ন কৰা
to cause to be broken
সক. ধা.
2.
বুধি দি লগ এৰুবা; ছলাহ কৰি পলুবাই নি
to lead astray; to seduce
সক. ধা.
3.
বুধি দি অমান্তি কৰ্; মান্তি নহ'বলৈ শিকা
to dissuade
সক. ধা.
4.
বেছি মূল্যৰ নগদ ধন দি খুচুৰা ধন ল বা দি; ধনুবা কাকত বা নোট দি কম মূল্যৰ নোট বা নগদ ধন ল বা দি
to change money for coins of smaller denomination
সক. ধা.
5.
(পু. অ.) পৰাস্ত কৰ্; ভঙ্গ কৰ্; যেনে-"বাসবক লীলায়ে ভঙাইলা দামোদৰ" (কীৰ্ত্তন)
to defeat
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ