← ফুৰি যাওক

ভঙ্গুবা

bhaṅgubā

অৰ্থ

1.

(ৰণত) ভঙ্গ দিয়া মানুহ; যেনে-"হেনে ৰণ- ভঙ্গুবাক ৰাখা নাহা কিক" (ৰুক্মিণীহৰণ)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভঙ্গুবা · অসমীয়া অভিধান