কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খোজোঁতাkho`.jo`~.taCommon Noun
যি আনক খোজে বা আনৰ পৰা কিবা বিচাৰে।
one who solicits something.
- খোজ্khojTransitive verb
মাগ্; ভিক্ষা কৰ্; পাবলৈ প্ৰাৰ্থনা কৰ্
to ask for
- খোজ্ বাঢ়্kho’j barhVerb-Trans.
বিয়া কৰিবলৈ ছোৱালী খোজা৷
to ask for a girl in marriage.
- খোঞ্চাkhoñcāNoun
খোঁচ; প্ৰহাৰ; যেনে-"লবৰন্তে গৈয়া কতো হাতে খোঞ্চা মাৰে" (মা. আদিকাণ্ড)।
- খোটালিkhoṭāli
"কোঠালি" চোবাঁ।
- খোটালীkho’.ta.liMaterial Noun
ঘৰৰ ভিতৰত বেৰৰে আৱৰা ঠাই ৷
A portion of space within a building or other structure, separated by walls or partitions from other parts.
- খোতাkho`.taCommon Noun
কথা কওঁতে যাৰ লাগি লাগি ধৰে৷
A person who gets involuntarily interrupted while speaking
- খোদkhodaAdjective
স্বয়ং; নিজে
one's self
- খোদকkho`.dokCommon Noun
ধাতু, শিল আদিৰ কঠিন পৃষ্ঠত আখৰ, চিত্ৰ আদি কটা শিল্পৰ সৈতে জড়িত লোক
a person envolved in the art of cutting letters, designs, etc. on a hard surface, as of metal, stone
- খোদন কৰ্kho`.don korVerb-Trans.
(কোনো গোটা বা কঠিন বস্তুত) নিৰ্দ্দিষ্ট ৰূপ দিবলৈ কাট্
to cut (a solid material) so as to form something
- খোদাkhodāNoun
ঈশ্বৰ; , বি. খোদাৰ গজপ্ [ফা খুদা; আ. গজব] বি. ঈশ্বৰৰ শাও
God ; curse of God
- খোদাইkhodāiNoun
বস্ত্তৰ ওপৰত আখৰ কাটি লিখা কাম
inscription
- খোদাতাল্লাkhodātāllāNoun
ভগবান
Almighty God
- খোদাবন্দkhodābandaNoun
মালিক; গৰাকী; স্বামী; ৰজা বা মানী মানুহক সম্বোধন কৰা শব্দ
lord; master; your Lordship
- খোদাৱন্দkho.da.wondCommon Noun
গৰাকীক উদ্দেশি ব্যৱহাৰ কৰা সম্বোধন|
A term of respect used when speaking of or to certain noblemen like leader or owner.
- খোদিতkho`.di.toVerbal Adj.
যিটো খোদাই কৰা হৈছে ।
carve on a hard surface.
- খোদিত কৰ্kho`.di.to korVerb-Trans.
(কোনো গোটা বা কঠিন বস্তুত) নিৰ্দ্দিষ্ট ৰূপ দিবলৈ কাট্
to cut (a solid material) so as to form something
- খোনাkhonāAdjective
সহজে মাত নোলোবা; মাতোঁতে খোকোজা বা থকা- থমকা লগা
stammering
- খোপkhopaNoun
গাঁত; দ ঠাই; যেনে-"খাল-খোপ পুৰিবোহোঁ গুচাইব সঙ্গম। দুৰ্গম গুচায়া ভূমি কৰিবোহোঁ সম" (মা. ক., সুন্দৰাকাণ্ড)
a hole or cavity
- খোপ-কটাkhopa-kaṭāAdjective
খাপ খাপকৈ খোপ লগাই কটা; যেনে-"খোপ কটা জখলা বা চুলি"
notched; with steps cut on the surface