খোপ
khopa
অৰ্থ
1.
গাঁত; দ ঠাই; যেনে-"খাল-খোপ পুৰিবোহোঁ গুচাইব সঙ্গম। দুৰ্গম গুচায়া ভূমি কৰিবোহোঁ সম" (মা. ক., সুন্দৰাকাণ্ড)
a hole or cavity
বি.
2.
গয়না ল'বৰ চেলু; ভৰি দিবৰ চল থকা পথালি খাঁজ বা খোল; যেনে-"গছ, জখলা বা পিছল বাটত কাটি লোবা খোপ"
a step; a foot-hold
বি.
3.
গপ; অপৰাধ; আসোঁবাহ
pride; offence; objection
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ