← ফুৰি যাওক

খোতা

kho`.ta

অৰ্থ

1.

কথা কওঁতে যাৰ লাগি লাগি ধৰে৷

A person who gets involuntarily interrupted while speaking

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

ৰৈ ৰৈ কথা কোৱা কাৰ্য্য|

to speak haltingly with repetition of certain sounds or syllables

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খোতা · অসমীয়া অভিধান