← ফুৰি যাওক

খোদক

kho`.dok

অৰ্থ

1.

ধাতু, শিল আদিৰ কঠিন পৃষ্ঠত আখৰ, চিত্ৰ আদি কটা শিল্পৰ সৈতে জড়িত লোক

a person envolved in the art of cutting letters, designs, etc. on a hard surface, as of metal, stone

জাতিবাচক বিশেষ্য

2.

কাঠত কাটি সৃষ্টি কৰা শিল্পকলাৰ সৈতে জড়িত লোক

a person involved in the art of engraving on wood, or of printing from such engravings

জাতিবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খোদক · অসমীয়া অভিধান