কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চাহিদাcāhidāNoun
প্ৰয়োজন
demand
- চাহিনিcāhiniNoun
গায়ন-বায়নৰ গুৰুঘাতৰ পাছত আৰু আন ঘাতৰ মাজে-মাজে তাল আৰু ছেও সলনি কৰি বজোবা বাজনা।
- চাহিনীcāhinīNoun
আনৰ বস্ত্তৰপৰা চুৰকৈ লোবা সৰু এভাগ
a small portion pilfered
- চাহিনী খাcāhinī, khā
লোকৰ বস্ত্তৰপৰা অলপ চুৰ কৰ্ বা মনে মনে চান কাঢ়ি ল
to pilfer a small portion
- চাহীcāhīNoun
মানুহৰ বা আন জন্ত্তৰ ছালত সোমাই তেজ খোবা এবিধ অতি সৰু পোক
a kind of very small mite
- চাহীনীsa.hi.niVerbal Noun
লোকৰ বস্তুৰ পৰা মনে মনে লোৱা ক্ষুদ্ৰ এভাগ ।
A small portion pilfered.
- চাহুবাcāhubāNoun
পমুবা।
- চাহুৱাsa.hu.waProper Adj.
বাহিৰৰ পৰা অহা লোক যি খিলঞ্জীয়া নহয়
a person who comes to a country where they were not born in order to settle there.
- চাহেবsa.he.bCommon Noun
পুৰুষক সম্বোধন কৰিবলৈ ব্যৱহাৰ কৰা এক সন্মানসূচক বা আনুষ্ঠানিক শব্দ
a respectful or formal term of address used to a man
- চাহৰ দোকানCommon Noun
এক সৰু ভোজনালয়, য`ত সামান্যভাৱে মাত্ৰ কফি আৰু কিছু পাতলীয়া আহাৰৰ ব্যৱস্থা থাকে।
a restaurant, usually small and unpretentious usually serving coffee and small snakes.
- চায়নাcāẏanāNoun
ৰভা।
- চাৰcāra
কোৰ, ঢেঁকী আদি গধুৰ বস্ত্ত ঘনে ঘনে দাঙি কৰা বহুত আঘাত বা খুন্দাৰ প্ৰত্যেকটো
a stroke given by raising a heavy thing, as a hoe
- চাৰ পা
ঘাঁহ খাই পেট ভৰা
to fill the stomach with grass, as an animal
- চাৰ-খোল
চাৰি-ঠেঙীয়া জন্ত্তৰ কঁকালৰ বাঁও ফালৰ খোল বা পেট, যিটো ঘাঁহ খাই চাৰ পালে পূৰ হৈ পৰে
the cavity in the left flank of a quadruped
- চাৰ-পেট
চাৰি-ঠেঙীয়া জন্ত্তৰ কঁকালৰ বাঁও ফালৰ খোল বা পেট, যিটো ঘাঁহ খাই চাৰ পালে পূৰ হৈ পৰে
the cavity in the left flank of a quadruped
- চাৰংদাৰcārandāraNoun
চাৰেংদাৰ।
- চাৰখাৰ কৰsar.khar korVerb-Trans.
কোনো বস্তু শক্তি প্ৰয়োগ কৰি ভাগ ভাগ কৰি ব্যৱহাৰৰ অনুপযোগী কৰি তোল্।
To render useless or ineffective by tear down or break up.
- চাৰণcāraṇaNoun
এজাতি দেব-যোনি।
- চাৰণ দিcāraṇa, di
মাজে-সময়ে ধন বা বস্ত্তৰে অলপ সহায় কৰ্
to render occasional aid in money or things
- চাৰণ পা
মাজে সময়ে সাহায্য-স্বৰূপে অলপ ধন-বস্ত্ত পা
to receive occasional aid in money or things