← ফুৰি যাওক

চাহিনি

cāhini

অৰ্থ

1.

গায়ন-বায়নৰ গুৰুঘাতৰ পাছত আৰু আন ঘাতৰ মাজে-মাজে তাল আৰু ছেও সলনি কৰি বজোবা বাজনা।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চাহিনি · অসমীয়া অভিধান