← ফুৰি যাওক

চাৰ

cāra

অৰ্থ

1.

কোৰ, ঢেঁকী আদি গধুৰ বস্ত্ত ঘনে ঘনে দাঙি কৰা বহুত আঘাত বা খুন্দাৰ প্ৰত্যেকটো

a stroke given by raising a heavy thing, as a hoe

2.

ক্ষেপণ; পানীত পল আদি মাছ ধৰা যতনৰ নিক্ষেপ

the throwing of a fishing implement

3.

কোনো বস্ত্ত ধৰিবলৈ হাতেৰে মৰা খাপ

a sudden seizing with hand

4.

বেগাই উঠোঁতে গা দাঙিবলৈ ওপৰলৈ মৰা চিপ্ বা টান

a jerk of the body when rising suddenly

5.

এবাৰ কোৰ মৰাত যিমান-খিনি মাটি উঠে; যেনে-"দুচাব মাটি"

as much earth as is dug at one stroke of a hoe

6.

নাঙলৰ মুখত লাগি থকা মাটিৰ চপৰা বা জাবৰ

clod of earth and grass which gets stuck to the plough in tilling land

7.

গুপ্ত চৰ; ৰিপুবা; যেনে-"স্বৰ্গদৈবৰ লগত যোবা চাৰ এটাঃ'

a spy

বি.

8.

তেলীশালৰ বহুনা

the block of wood on which the rattan basket containing crushed mustard for pressing oil is placed for pressing

বি.

9.

বঢ়া; প্ৰবল হোবা; যেনে-"নৰিয়া চাৰ হৈছে"

aggravated; become serverer

বিণ.

10.

শ্ৰেষ্ঠ; বেছিকৈ বঢ়া; ওখ

surpassing

বিণ.

11.

ঘাঁহেৰে পেট ভৰা অবস্হা

the state of having the belly filled with grass or food (said of cattle)

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ