চাৰণ
cāraṇa
অৰ্থ
1.
এজাতি দেব-যোনি।
বি.
2.
কোনো লোক বা বংশৰ কীৰ্তি গোবা মানুহ; ভাট
a professional singer of the deeds of an illustrious man or family; a panegyrist
বি.
3.
গৰু আদি চৰোবা কাৰ্য্য
the act of tending grazing cattle
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ